পোস্টগুলি

হেঙাৰ(একাংকিকা) লেবেল থাকা পোস্টগুলি দেখানো হচ্ছে

হেঙাৰ(একাংকিকা)

ছবি
  হেঙাৰ (একাংকিকা)                        চৰিত্ৰ পৰিচয় হৰিপ্ৰসাদ খাটনিয়াৰ- মহাজন (বয়স- ৬০-৬৫) ৰামধন- ঐ লগুৱা (বয়স-৪০-৪৫) গোবিন্দ- দুখীয়া কাটমিস্ত্রী (বয়স- ৪০-৪২) হৰেণ- ঐ ল ’ ৰা (বয়স- ২০-২১) নবীন- নিৱনুৱা যুৱক (বয়স- ২৮-২৯) অ ’ চি আৰু চিপাহী-                      হেঙাৰ(একাংকিকা) মঞ্চত এখন ৰেক( Rack) ত সাৰ আৰু কীট নাশক দ্ৰব্য সজোৱা থাকিব। ৰেকৰ সন্মুখত এখন মেজ আৰু মেজৰ ওপৰত কেচ বাকচ থাকিব। তুলাচনী এখন ওলমোৱা অৱস্থাত থাকিব ৷ দোকান এখনৰ কাৰণে প্ৰয়োজনীয় অন্যান্য বিভিন্ন প্রয়োজনীয় সামগ্রী থাকিলে ভাল । ( ৰামধন , ঐ ৰামধন বুলি মাতি মাতি হৰিপ্ৰসাদ খাটনিয়াৰৰ প্ৰবেশ) হৰি- ৰামধন........ঐ ৰামধন......ৰামধন.....ঐ ৰামধন। কোনো নাই দেখোন! দোকান এইদৰে উদং পেলাই থৈ ক ’ তনো মৰিবলৈ গৈছে অলগৰ্ধটো। ৰামধন.... ঐ ৰামধন.... মঞ্চৰ বাহিৰৰ পৰা ৰামধন - গৈছোঁ দেউতা । হৰি- আহ...