পোস্টগুলি

পূৰ্বসূৰী (চমু জীৱনী গ্ৰন্থ) লেবেল থাকা পোস্টগুলি দেখানো হচ্ছে

পূৰ্বসূৰী (চমু জীৱনী গ্ৰন্থ)

ছবি
      পূৰ্বসূৰী (চমু জীৱনী গ্ৰন্থ) বাট চ ’ ৰাত দু - আষাৰ প্রগতিশীল সাহিত্য পৰিষদ , অসমৰ জন্ম সৌসিদিনা অর্থাৎ ২০১৭ বৰ্ষৰ ২ জুলাইত বৰপেটাৰ যতিগাঁৱত । অসমীয়া ভাষাক বিভিন্ন ভাষাৰ সংস্পৰ্শলৈ আনি ইয়াক সমৃদ্ধ কৰি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লগতে সাহিত্যক সমাজ পৰিৱৰ্ত্তনৰ আহিলা হিচাপে প্ৰতিষ্ঠা কৰি সমাজ পৰিৱৰ্ত্তনত সাহিত্যৰ ভূমিকা সুনিশ্চিত তথা ন - পুৰণি প্রগতিশীল লেখক - লেখিকাৰ সমাৱেশ ঘটোৱাই সুস্থ , ৰুচিশীল আৰু মননশীল সাহিত্য সৃষ্টি কৰাই হ ’ ল প্রগতিশীল সাহিত্য পৰিষদ , অসমৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য । আমাৰ দেশৰ ৰাজ্যসমূহত ভাষা আৰু ধৰ্মৰ ভিন্নতা থাকিলেও আমি অনৈক্যৰ মাজত ঐক্যৰ সেতু গঢ়াৰ কাৰণে অহৰহ প্ৰয়াস কৰি আছো । এই প্ৰয়াসৰ অন্যতম আহিলা হৈছে সাহিত্য - কলা - সংস্কৃতি । সমাজতান্ত্রিক চিন্তা ধাৰাও শ্রমিক , কৃষক আৰু সৰ্বসাধাৰণ শ্রমজীৱী মানুহৰ মাজত ক্ৰমে আগবাঢ়ি গৈ আছে । সাহিত্যত তাৰ প্ৰতিফলন ঘটোৱাও প্রগতিশীল সাহিত্য পৰিষদ , অসমৰ অন্যতম লক্ষ্য । নদীৰ প্ৰতি যেনে...