পোস্টগুলি

সংগীতালেখ্য-ইদেশ-সিদেশ লেবেল থাকা পোস্টগুলি দেখানো হচ্ছে

সংগীতালেখ্য-ইদেশ-সিদেশ

ছবি
       সংগীতালেখ্য-ইদেশ-সিদেশ                      আগকথা সংগীতালেখ্যটো বংগীয় মূলৰ অসমীয়া মুছলমানৰ জীৱনৰ আধাৰত ৰচনা কৰা হৈছে। আলেখ্যটোত বংগীয় মূলৰ মুছলমানৰ আৰ্থ-সামাজিক দিশৰ ওপৰত আলোকপাত কৰাৰ লগতে তেওঁলোকে কি পৰিস্থিতিত পৰি তাহানিৰ অবিভক্ত বংগৰ পৰা অসমলৈ উঠি আহিব লগা হৈছিল সেই দিশটোৰ ওপৰত আলোকপাত কৰিবলৈ চেষ্টা কৰা হৈছে। আলেখ্যটোত অসমীয়া ভাষাৰ লগতে বংগীয় মূলৰ মুছলমানৰ কথিত ভাষা ব্যৱহাৰ কৰা হৈছে। বাংলা আৰু অসমীয়া ভাষাত কে ’ বাটাও গীত সন্নিৱিষ্ট কৰা হৈছে আলেখ্যটোত। বিহুগীতটোৰ বাহিৰে বাকীবোৰ গীত স্বৰচিত। এটি জিকিৰ-জাৰী সূৰীয়া স্বৰচিত গীতো সন্নিৱিষ্ট কৰা হৈছে। পৰিৱেশকসকলে বিহু আৰু জিকিৰ-জাৰীসূৰীয়া গীতৰ পৰিৱৰ্তে ইচ্ছা অনুসৰি বেলেগ বিহুগীত বা আজান ফকীৰৰ ৰচিত জিকিৰ-জাৰী পৰিৱেশন কৰিব পাৰিব। সুপৰামৰ্শ সাদৰে গ্ৰহণ কৰা হ ' ব। লগতে সংগীতালেখ্যটো পৰিৱেশন কৰিলে নথৈ আনন্দিত হ ’ ম। সদৌ শেষত অনিচ্ছাকৃত ভুলৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰি আগকথাৰ মুখনি মাৰিলোঁ। ইতি-   ...