স্বীকাৰোক্তি(উপন্যাস)
স্বীকাৰোক্তি (উপন্যাস) (এক) ব্ৰেক মাৰি ৰিক্সাখন ৰখাই ৰিক্সাচালক আমজাদে তছলিমৰ ফালে ঘূৰি ক ' লে- আহি গৈছো , ছাৰ। এইখনে বিডিও অফিচ। তছলিমে ৰিক্সাত বহিয়ে সোঁফালে চাই পঠিয়ালে । এখন এল পেটাৰ্ণ সাধাৰণ পকী ঘৰ। ঘৰৰ সন্মুখত জৰাজীৰ্ণ ফুলনি। ফুলনিখনৰ সিপ্ৰান্তত বাৰাণ্ডা ৷ বা...