হেগেল আৰু মাৰ্ক্সৰ দৰ্শন
হেগেল আৰু মাৰ্ক্সৰ দৰ্শন নিবেদন বৰ্তমান গ্ৰন্থৰ প্ৰথম প্ৰৱন্ধটো লেখা হৈছে প্ৰসিদ্ধ গ্ৰন্থ Capital - ত সন্নিৱিষ্ট মার্কস এঙ্গেলচ্ মুখবন্ধবোৰৰ অৱলম্বনত। দ্বিতীয় প্ৰৱন্ধটো হেগেলৰ Philosophy of History - ৰ সুবৃহৎ ভূমিকা অৱলম্বন কৰি লেখা হৈছে। তৃতীয় ও চতুর্থ প্ৰৱন্ধৰ মাল-মচলা সংগৃহীত হৈছে প্লেখানভৰ Essays on the History of Materialism ৰ Marxism ৰ অধ্যায় আৰু Capital- ৰ প্ৰথম ভাগৰ পঞ্চম পৰিচ্ছদৰ পৰা। মার্কসবাদ যিসকলে প্রতিষ্ঠা কৰিছে আৰু মা...