পোস্টগুলি

ছাহজাহান দুহিতা জাহানাৰাৰ আত্মকাহিনী লেবেল থাকা পোস্টগুলি দেখানো হচ্ছে

ছাহজাহান দুহিতা জাহানাৰাৰ আত্মকাহিনী

ছবি
                   ছাহজাহান দুহিতা   জাহানাৰাৰ আত্মকাহিনী     জাহানাৰাৰ সমাধি বগায়েৰ সবজ্ পোশদ কসে মজাৰে মৰা কে কৰব-পোষে গৰিবী হামিন্ গিয়া বস্ অস্ত । (তৃণৰ বাহিৰে মোৰ সমাধিৰ ওপৰত কোনো আৱৰণ নিদিবা এই তৃণই অৱনমিতাৰ সমাধিৰ আৱৰণ হওঁক ।) চু ফী চিস্তী শিষ্যা , ছাহজাহান দুহিতা জাহানাৰা , ক্ষণভংগুৰ জাহানাৰা , বিনীতা জাহানাৰা । জিলকদ , ১০৯২ হিজৰী, ( ১৬৮০ খ্রীষ্টাব্দ , জুলাই)             চৰিত্ৰ পৰিচয় তৈমুৰ —- চমৰকন্দৰ আমীৰ, ভাৰত বিজেতা বাবৰ- তৈমূৰৰ ষষ্ঠ বংশধৰ। পাণিপথ যুদ্ধ বিজেতা আকবৰ- — ভাৰতৰ শ্ৰেষ্ঠ মোগল সম্রাট। ছাহজাহান- তাজমহল নির্মাতা মোগল সম্রাট। দাৰা শুকো- ছাহজাহানৰ পুত্ৰ। শুজা-     -ঐ- ঔৰঙ্গজেব-  -ঐ- মুৰাদ--    -ঐ- চোলেমান শুকো — দাৰাৰ পুত্ৰ। চিপাৰ শুকো-   -ঐ- শায়েস্তা খাঁ ——- আমীৰ , নুৰজাহানৰ ভ্ৰাতা , আচফ খাঁৰ পুত্ৰ পাছত বাংলাৰ চুবেদাৰ। খলিলুল্লাহ খাঁ — মোগল মনচবদা...