পোস্টগুলি

তেতিয়া আৰু এতিয়া (Then and Now)

ছবি
  তেতিয়া আৰু এ তিয়া সূচীপত্ৰ প্ৰস্তাৱনা - যাতায়াত ব্যৱস্থা নানা হঁত ৰ ঘৰৰ পৰা আলীৰপাম বজাৰলৈ তাহানি বাঘবৰ অঞ্চলৰ পৰা বৰপেটালৈ যাতায়াত ব্যৱস্থা - জাহানাৰপাৰৰ পৰা বৰপেটালৈ যাতায়াত মথাউৰিৰ পৰিৱৰ্তনৰ ইতিহাস কাদং হৈ বৰপেটালৈ যাতায়াত সা ওঁৰাচৰা অঞ্চলৰ উন্নয়নত খান পৰিয়ালৰ ভূমিকা মোৰ জীৱনৰ প্ৰথম বাছ যাত্ৰা পূৰ্বৰ বৰপেটাৰ কিছু কথা সত্তৰ-আশীৰ দশকৰ বৰপেটাৰ কিছু পথ  পূৰ্বৰ বৰপেটাৰ কিছু কাৰ্যালয়ৰ অৱস্থান পূৰ্বৰ আমোদ-প্ৰমোদৰ মাধ্যম বাঘবৰ অঞ্চলত নাটক , গীতিনাট্য আৰু পুতলা নাচ আগতে ল’ৰা-ছোৱালীয়ে কেনেকৈ লিখা-পঢ়া শিকিছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা : তেতিয়া আৰু এতিয়া ষাঠি আৰু সত্তৰৰ দশকৰ বংগীয়মূলৰ মুছলমান সমাজ: এটি তুলনামূলক বিবৰণ উপসংহাৰ                     প্ৰস্তাৱনা—যাতায়াত ব্যৱস্থা মোৰ জন্ম ১৯৫১ চনৰ ১২ নৱেম্বৰত। জন্ম হৈছিল বাঘবৰ অঞ্চলৰ আলীগাঁৱত , আমাৰ নানা ধনাই হাজীৰ ঘৰত। মই প্ৰাথমিক বিদ্যালয় আৰু এম. ই. স্কুললৈকে আলীগাঁৱত নানাহঁতৰ ঘৰত থাকিয়েই পঢ়া-শুনা কৰিছ...